Assam BandhAssam Lamet Amei

Assam Basti (English) [ IPA: assam basti ASM: আসাম বষ্টি]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-14
1. Place(Proper Noun-Neuter) A place in Rangamati town, Rangamati district, Chittagong Hill Area. Here, people from Assames origin live and their title is Assam. চিটাগং পাৰ্ব্যত অঞ্চলত, ৰঙামাটি চহৰৰ প্ৰখ্যাত এলেকা৷ এই অঞ্চলৰ লোকসকলে আসাম(অসম) উপাধি লিখে। তেওঁলোক ১৮৬০ চনত ব্ৰিটিচৰ সৈন্য হিচাপে গৈছিল-কুকি বিদ্ৰোহ দমনৰ বাবে।